KUHIPATACADEMY

Kuhipat Academy is an Assamese medium modern educational institution located at Bagaijanpara Chowk.The main objective of Kuhipat Academy is to educate the younger generation of the society through modern education. In order to provide high quality education to the interested younger generation in other areas besides Bagaijanpara, Mairamara, Dabalia Para etc Kuhipat Academy was established in 2015.

Admission fee and tuition fee are affordable  So that the poor , low and middle class people are also in Kuhipat Academy  can educate their children. The purpose of Kuhipat Academy is to provide education, not business. They are the ones who have passed the High School Leaving Certificate Examination (H.S.L.C) with distinction every year from Kuhipat Academy. With the inspiration of the people, and the dedicated efforts of the directors, staff, and teachers of Kuhipat Academy, Kuhipat Academy has been able to provide high quality modern education. Therefore, the parents of the younger generation can trust that Kuhipat Academy is a right gateway to education for the younger generation.

      কুঁহিপাত একাডেমি এখন অসমীয়া মাধ্যমৰ আধুনিক শিক্ষানুষ্ঠান  যিটো বগাইজানপাৰা চ’কত অৱস্থিত। সমাজৰ নৱ-প্ৰজন্মক আধুনিক শিক্ষাৰ দ্বাৰা শিক্ষিত কৰি তোলাই কুঁহিপাত একাডেমিৰ প্ৰধান উদ্দেশ্য। বগাইজানপাৰা, মৈৰামাৰা, দাবালিয়া পাৰা আদি অঞ্চলৰ বাহিৰেও অন্য অঞ্চলসমূহৰ আগ্ৰহী নৱ-প্ৰজন্মক উচ্ছ-মানদণ্ডৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত  কুহিপাত একাডেমি খন প্ৰতিষ্ঠা কৰা হৈছে ।
       যাতে  দুখীয়া , নিন্ম আৰু মধ্যবৃত্তৰ লোকেও  কুঁহিপাত একাডেমিত নিজৰ নিজৰ লৰা-ছোৱালিক পঢ়াব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি মাচূল নিৰ্ধাৰণ কৰা হৈছে। শিক্ষা-প্ৰদান কৰাই কুঁহিপাত একাডেমিৰ উদ্দেশ্য, ব্যৱসায় নহয়। কুঁহিপাত একাডেমিৰ পৰা হাইস্কুল  শিক্ষান্ত পৰীকা(H.S.L.C) ত  প্ৰতি বছৰে সু-খ্যাতিৰে উত্তীৰ্ণ হৈ স্কুলৰ লগতে অঞ্চলসমূহৰো নাম উজ্জ্বল কৰি আছে । ৰাইজৰ অনুপ্ৰেৰণা,আৰু কুঁহিপাত একাডেমিৰ পৰিচালক, কৰ্মকৰ্তা, আৰু শিক্ষকবৃন্দৰ আওপ্ৰাণ চেষ্টাত কুঁহিপাত একাডেমিয়ে উচ্চ-মানদণ্ডৰ আধুনিক শিক্ষা দিবলৈ সক্ষম হৈছে। গতিকে কুঁহিপাত একাডেমি নৱ-প্ৰজন্মৰ বাবে শিক্ষাৰ  এখন সঠিক দৰ্জা বুলি নৱ-প্ৰজন্মৰ অভিভাৱক-অভিভাৱিকা সকলে নি-সন্দেহ ভৰসা কৰিব পাৰে ।
Scroll to Top